half-madhalf-pants

half-mast (English) [ IPA: half-mast ASM: হাফ-মাষ্ট]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-10
1. (Verbal Adj.) kept at lower than normal position (said of a flag which is lowered on a mast as a sign of mourning or distress). স্বাভাৱিক অৱস্থানতকৈ তলত ৰখা (বিশেষকৈ পতাকাৰ ক্ষেত্ৰত, যাক কোনো শোক পালন বা দুৰ্য্যোগৰ চিন স্বৰূপে স্বাভাৱিক অৱস্থাটনৰ পৰা আধা নমাই ৰখা হয় ৷)|