Hawajanhawk

hawar (Dimasa) [ Roman: ha war]
Contributed by: Arnab Phonglosa on 2009-09-02
1. Place(Proper Noun) Cachar is a district of south Assam. Barak river flows through this district. So this area is also called Barak-valley. Silchar is the district-head-quarter of Cachar. The official language of Barak-valley is Bengali and the local spoken language is "Sylheti". কাছাৰ দক্ষিণ অসমৰ এখন জিলা| এই অঞ্চলেদি বৰাক নদী প্রবাহিত হৈছে, সেয়ে এই অঞ্চলক বৰাক-উপত্যকা বুলি জনা যায়| ইয়াৰ সদৰ চহৰ শিলচৰ| বৰাক-উপত্যকাৰ চৰকাৰী ভাষা ’বঙালী’ আৰু স্থানীয় কথিত ভাষা ’চিলেটী’ |
English: Cachar,
Assamese: কাছাৰ,
Dimasa: hawar