hyperactivehyperbole

hyperbola (English) [ IPA: haɪˈpərbələ ASM: হাইপাৰবলা]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-06-28
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. (Abstract Noun) A CURVE PRODUCED WHEN A PLANE CUTS A CONE AND MAKES A GREATER ANGLE WITH THE BASE THAN THAT MADE BY THE SIDE OF THE CONE. এটা শঙ্কুক এক সমতলে ছেদ কৰিলে উৎপন্ন হোৱা বক্ৰৰেখা, য’ত ই ভূমিৰ সৈতে সৃষ্টি কৰা কোণটো শঙ্কুটোৰ কাষৰ বাহু দুটাই কৰা কোণতকৈ ডাঙৰ হয়৷
English: hyperbola,
Assamese: অতিবৃত্ত