iconicictus

iconography (English) [ IPA: [IPA] ASM: আইকনগ্ৰাফি]
Contributed by: mayur chetia on 2013-02-08
1. Visual Art(Abstract Noun) The study of the details of paintings, drawings etc ১) বিশেষকৈ কোনো ধৰ্মীয় বিষয়বস্তুৰ ব্যাখ্যাৰ্থে বা দৃষ্টান্ত স্বৰূপে অঙ্কিত চিত্ৰ , নক্সা বা প্ৰতিক চিত্ৰ৷ ২) চিত্ৰাঙ্কণ বিদ্যা অথবা শাস্ত্ৰ৷
English: iconography,
Assamese: পটশিল্প