idiocyidiom

idiolect (English) [ IPA: ˈɪdiːəˌlekt ASM: ইডিঅলেক্ট]
Contributed by: Partha P Sarmah on 2008-02-10
1. (Abstract Noun) the linguistic system of an individual speaker of a language; the individual language variety of a (native) speaker of a language. কোনো ব্যক্তিবিশেষৰ গাইগুটিয়া ভাষা পদ্ধতি৷ যিকোনো এটা ভাষা/ উপভাষা বহু লোকৰ মাতৃভাষা বা প্ৰথম ভাষা হলেও সকলোৰে ভাষাটো কোৱাৰ ধৰণ সম্পূৰ্ণ একে নহয়৷ বহু সাদৃশ্যৰ মাজতো প্ৰতিজন কওঁতাৰ কিছু গাইগুটীয়া ভাষিক বৈশিষ্ট থাকে, যেনে: কোৱাৰ ধৰণ, শব্দৰ নিৰ্বাচন আৰু প্ৰয়োগ আদি৷ এই গাইগুটীয়া ভাষিক বৈশিষ্ট সমূহকে ব্যক্তিভাষা বোলা হয়৷ মন কৰিব ই কোনো এটা ভাষাৰ ক্ষুদ্ৰতম প্ৰকাৰ৷