india rubberIndian Administrative Service

indian (English) [ IPA: ˈɪndiːən ASM: ইণ্ডিয়ান]
1. (Proper Adj.-Common) A native or inhabitant of India. Hindustani is often used as a synonym of Indian. ভাৰতত জন্ম পোৱা আৰু/বা বসবাস কৰা কোনো ব্যক্তি ৷ ভাৰতবৰ্ষৰ আন এটা নাম হিন্দুস্তান বাবে কেতিয়াবা হিন্দুস্তানী বুলিও কোৱা আৰু লিখা দেখা যায় ৷

2. (Proper Adj.-Common) a native or inhabitant of any place within the territory of India ভাৰতৰ ভূ-খণ্ডৰ যিকোনো ঠাইৰ থলুৱা লোক বা স্থায়ী বাসিন্দা