interventioninterweave
interview (English) [ IPA: ˈɪntərˌvjuː ASM: ইণ্টাৰভিউ]
English: interview,
Assamese: সাক্ষাত্কাৰ,
1. (Abstract Noun)
[a] a formal meeting in which one or more persons question, consult, or evaluate another person
[b] a meeting or conversation in which a writer or reporter asks questions of one or more persons from whom material is sought for a newspaper story, television broadcast, etc.
(ক) এক আনুষ্ঠানিক বৈঠক, য`ত এক বা একাধিক ব্যক্তিয়ে আন এজন ব্যক্তিক বিভিন্ন প্ৰশ্ন কৰে বা মূল্যায়ন কৰে। (খ) এক বৈঠক বা কথা-বতৰা, য`ত এজন লিখক বা সাংবাদিকে এক বা ততোধিক ব্যক্তিক বাতৰি-কাকত, দূৰদৰ্শন আদিত প্ৰকাশ বা প্ৰচাৰৰ বাবে সমল বিছাৰি প্ৰশ্ন কৰে।