kimonggipakin

kimu (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-13
1. Botany(Common Noun) Any of various fleshy fungi of the class Basidiomycota, characteristically having an umbrella-shaped cap borne on a stalk, especially any of the edible kinds, as those of the genus Agaricus. পাতল ঠাৰিৰ শীৰ্ষত ছাতিৰ আকৃতিৰ টুপি-সদৃশ অংশ থকা এবিধ ভেঁকুৰ। ইহঁতৰ কিছুমান প্ৰকাৰ খাদ্যৰূপেও গ্ৰহণ কৰা হয়।