libelliberalisation
liberal (English) [ IPA: ˈlɪbrəl ASM: লিবাৰেল]
Related words: liberally,
English: generous, liberal,
Assamese: উদাৰ, উদাৰনৈতিক, দৰাজ,
Meeteilon: malom leitaba,
Tai: চৌ উন্,
Deori: উদাৰ, দানি,
Related words: liberally,
1. (Proper Adj.-Common) Open minded or favouring moderate political and social reform.
মুকলি মনৰ বা মধ্যমীয়া ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ পোষকতা কৰা।
মুকলি মনৰ বা মধ্যমীয়া ৰাজনৈতিক আৰু সামাজিক সংস্কাৰৰ পোষকতা কৰা।
Assamese: উদাৰ, উদাৰনৈতিক, দৰাজ,
Meeteilon: malom leitaba,
Tai: চৌ উন্,
Deori: উদাৰ, দানি,
Related Ideas:
a. Verbal Noun: liberalisation, liberalization, উদাৰীকৰণ
2. (Proper Adj.-Common) do not mind incurring expense
খৰচ কৰিবলৈ বেয়া নোপোৱা
খৰচ কৰিবলৈ বেয়া নোপোৱা