lilyLima

lim (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-28
1. (Abstract Noun) the way or position in which a thing is laid or lies কোনো বস্তু থকা বা ৰখা অৱস্থান বা ধৰণ

lim (Dimasa)
Contributed by: Uttam Bathari on 2009-03-21
2. (Verb-Trans.) to submerge something/someplace in water/liquid; to completely cover something with water or other liquid. কি কোনো ঠাই সম্পূৰ্ণকৈ পানীৰ তলত বা আন জুলীয়া পদাৰ্থৰ ৰখা৷যেনেঃ কৃত্ৰিম বানে গুৱাহাটী প্ৰায়ে জলমগ্ন/প্লাবিত কৰে৷