Loaneeloathing

loanword (English) [ IPA: ˈloʊnˌwərd ASM: ল’নৱৰ্ড]
Contributed by: Partha P Sarmah on 2008-09-02
1. (Abstract Noun) a word taken from another language and which is used in the original form. আন ভাষাৰ পৰা লোৱা, ধাৰ কৰা শব্দ৷ এই শব্দবিলাক মূল ভাষাত থকা ৰূপতেই ইটো ভাষাত ব্যৱহাৰ হয়৷ যেনেঃ তেওঁ তিনিচুকীয়ালৈ আহোঁতে হোটেলত আছিল৷ তেজপুৰত এখন চেন্ট্ৰেল য়ুনিভাৰ্ছিটি আছে৷
English: loanword,
Assamese: ঋণশব্দ