Matriculationmatrilocal marriage

matrilineal (English) [ IPA: ˌmætrəˈlɪniːəl ASM: মেট্ৰিলিনিয়েল]
Contributed by: Biraj Kumar Kakati on 2009-04-17
1. (Proper Adj.) Relating to, based on, or tracing ancestral descent through the maternal line. মাক অথবা ছোৱালীয়ে প্ৰাধান্য পোৱা সমাজ ব্যৱস্থা৷ এনে সমাজত ছোৱালীয়েহে সম্পত্তিৰ মূল গৰাকী বুলি গণ্য কৰে৷