microorganismmicroscope

microphone (English) [ IPA: ˈmaɪkrəˌfoʊn ASM: মাইক্ৰফ’ন]
Contributed by: Biraj Kumar Kakati on 2008-04-18
1. (Material Noun-Neuter) An instrument that converts sound waves into an electric current, usually fed into an amplifier, a recorder, or a broadcast transmitter. শব্দ গ্ৰহণ কৰি বৈদ্যুতিক তৰঙ্গলৈ পৰিবৰ্তন কৰি অনাতাঁৰ, দূৰদৰ্শণ বা আন কোনো স্বৰবৰ্দ্ধক যন্ত্ৰলৈ যোগান ধৰা এক বিশেষ যন্ত্ৰ |