ownerownself

ownership (English) [ IPA: ˈoʊnərˌʃɪp ASM: ’অউনাৰচিপ]
1. (Abstract Noun) the power or authority over another এজনৰ আনজনৰ ওপৰত ক্ষমতা বা কৰ্ত্তৃত্ব

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-10
2. (Abstract Noun) the state or fact of being an owner (কোনো বস্তুৰ) গৰাকী বা মালিক হোৱাৰ স্থিতি বা অৱস্থা