parabolaparade

parachute (English) [ IPA: ˈperəˌʃuːt ASM: পেৰাচুট]
Contributed by: Anjali Sonowal on 2008-12-07
1. (Material Noun-Neuter) A cloth canopy which allows a person or heavy object attached to it to descend slowly when dropped from an aircraft. উৰাজাহাজৰ পৰা বস্তু আদি কোনো ঠাইত নমাবলৈ অথবা মানুহ জঁপিয়াই লাহে লাহে নামিব পৰা বতাহ পালে মেল খোৱা বৃহৎ আকাৰৰ ছাতি।