Penicillinpenis

peninsula (English) [ IPA: pəˈnɪnslə ASM: পেনিনচুলা]
1. Geology(Material Noun-Neuter) A piece of land that projects into a body of water and is connected with the mainland by an isthmus. সাগৰৰ মাজলৈ সোমাই যোৱা তিনিওফালে পানীৰে আৱৰি থকা ভূমিখণ্ড ৷ ই মূল ভূমিখণ্ডৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ নেথাকে ৷