plantplantation

plantain (English) [ IPA: ˈplæntən ASM: প্লেনটেইন]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-04-08
1. (Proper Noun-Neuter) fruit of a tropical tree used mostly for cooking. Bananas are actually varieties of plantains. দেখিবলৈ জাহাজী কলৰ দৰে কিন্তু জাহাজী কলতকৈ টান জাতিৰ এবিধ কল| ইয়াক সাধাৰণতে কেঁচাই খাব নোৱাৰি যদিও ইয়াৰ পৰা বিভিন্ন ধৰণৰ ব্যঞ্জন ৰন্ধা হয়|