polaritypolarization rotation

polarization (English) [ IPA: ˌpoʊlərəˈzeɪʃən ASM: প’লাৰাইজেচন]
1. Modern PhysicsOptics(Abstract Noun) The production or condition of polarity, as: (a)A process or state in which rays of light exhibit different properties in different directions, especially the state in which all the vibration takes place in one plane. (b) The partial or complete polar separation of positive and negative electric charge in a nuclear, atomic, molecular, or chemical system. (ক) এনে এক প্ৰক্ৰিয়া বা অৱস্থা, য’ত পোহৰৰ ৰশ্মিয়ে বিভিন্ন দিশত ভিন ভিন ধৰ্ম বা গুণাগুণ প্ৰদৰ্শন কৰে; বিশেষকৈ এনে এক অৱস্থা য’ত সকলো কম্পন একেটা সমতলত হয়। (খ) কোনো এক কেন্দ্ৰীয়, আণৱিক, পাৰমাণৱিক বা ৰাসায়নিক তন্ত্ৰত ধনাত্মক আৰু ঋণাত্মক বৈদ্যুতিক আধানৰ আংশিক অথবা পূৰ্ণাঙ্গ ধ্ৰুৱণ বা মেৰু বিভাজন৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-10-25
2. Sociology(Verbal Noun) a sharp division, as of a population or group, into opposing factions কোনো জনসমষ্টি বা দলক দুই পৰস্পৰ-বিৰোধী শিবিৰত ভাগ কৰা প্ৰক্ৰিয়া