preponepreprimary

prepositions (English) [ IPA: ˌprepəˈzɪʃənz ASM: প্ৰিপজিচনচ]
Contributed by: Pankaj Borah (পঙ্কজ বৰা) on 2008-08-08
1. (Proper Noun) A word or phrase placed typically before a substantive and indicating the relation of that substantive to a verb, an adjective, or another substantive. বাক্যৰ মাজত ব্যৱহাৰ হৈ কোনো ধাতু, বিশেষণ বা অন্য শব্দক আন শব্দৰ লগত সংযোগ কৰা, লিংগ-বিভক্তি আদিৰ দ্বাৰা পৰিৱৰ্তিত নোহোৱা ব্যাকৰণৰ শব্দ বিশেষ ৷
English: prepositions,
Assamese: অব্যয়