productionproductivity

productive (English) [ IPA: prəˈdəktɪv ASM: প্ৰডাক্টিভ]
Contributed by: Partha P Sarmah on 2009-12-13
1. (Adjective Adj.) tending to produce, do or achieve a lot. বহু কিবা কৰা, তৈয়াৰ কৰা বা আহৰণ কৰাৰ দিশেৰে আগবঢ়া।

Contributed by: Partha P Sarmah on 2009-12-13
2. (Adjective Adj.) capable of or making lots of goods or growing crops in large quantities বহু কিবা কৰা, তৈয়াৰ কৰা বা আহৰণ কৰাৰ, খেতিৰ পৰা যথেষ্ঠ পৰিমাণে উৎপাদন কৰাৰ ক্ষমতা থকা।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2014-05-01
3. (Proper Adj.-Neuter) producing or capable of producing উৎপাদন কৰা বা উৎপাদন কৰাৰ ক্ষমতা থকা; যেনেঃ উৎপাদিকা শক্তি