purviewpush

pus (English) [ IPA: ˈpəs ASM: পুচ]
Contributed by: Partha P Sarmah on 2007-09-02
1. (Material Noun-Neuter) a thick yellow-white fluid/liquid produced in a cut or infected wound. শৰীৰৰ কটা বা আঘাতপ্ৰাপ্ত অংশ পকিলে বা গেলিবলৈ ধৰিলে তেনে ঠাইৰ পৰা ওলোৱা হালধীয়া-বগা বৰণৰ এক গাঢ় জুলীয়া পদাৰ্থ।
English: pus,
Assamese: পূঁজ,
Bodo: गोमोदै,
Mising: tasud,
Garo: minus,
Dimasa: gimindi,
Deori: মুৱাজি