pyrkhatpyrotechnics

pyrolysis (English) [ IPA: paɪˈrɑləsəs ASM: পাইৰলাইচিচ]
Contributed by: DC Assam on 2011-07-12
1. Chemistry(Abstract Noun) a thermochemical decomposition of organic material at elevated temperatures in presence of high pressure and suitable catalyst with no oxygen. উষ্ণতা, চাপ আৰু অনুঘটকৰ প্ৰভাৱত উচ্চ আনৱিক ভৰবিশিষ্ট হাইড্ৰকাৰ্বনৰ বিযোজন ঘটাই নিম্ন আনৱিক ভৰবিশিষ্ট হাইড্ৰকাৰ্বন প্ৰস্তুত কৰা প্ৰক্ৰিয়া৷