quirequit

quisling (English) [ IPA: ˈkwɪzlɪŋ ASM: কুইজলিং]
Contributed by: Partha P Sarmah on 2007-09-16
1. (Common Noun-Common) a person who corporates with and helps an enemy that has taken control of his/her country নিজৰ দেশ আক্ৰমণ আৰু/বা দখল কৰা শত্ৰুৰ সৈতে মিত্ৰতা কৰি সহায় কৰা লোক; নিজৰ দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰি শত্ৰুক সহায় কৰা বা আদৰা লোক