regenerateregicide

regeneration (English) [ IPA: rɪˌdʒenəˈreɪʃən ASM: ৰিজেনেৰেচন]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-16
1. Biology(Abstract Noun) the restoration or new growth by an organism of organs, tissues, etc., that have been lost, removed, or injured জীৱদেহৰ কোনো অংগ, কলা আদি আঘাত-প্ৰাপ্ত হোৱা, আঁতৰ কৰা বা হেৰুৱাৰ পাছত পুনৰ গঠিত হোৱা অথবা নতুনকৈ বাঢ়ি অহা প্ৰক্ৰিয়া