renownedrent roll
rent (English) [ IPA: ˈrent ASM: ৰেণ্ট]
English: rent,
Assamese: কেৰেয়া, ভাড়া, ভাৰা, ভেৰণ, ভেৰোণ,
Khasi: ka jingkad,
Meeteilon: awaimal,
Hindi: किराया,
Deori: কেৰেয়া, বেৰন-লাবা
rent (English) [ IPA: ˈrent ASM: ৰেণ্ট]
1. (Abstract Noun) a payment or series of payments made by the lessee to an owner for use of some property like a building, an apartment, an office, or other property. আন কোনো গৰাকীৰ ঘৰ, অফিচ বা আন সম্পত্তি ব্যৱহাৰ কৰাৰ কাৰণে মালিকক দিয়া টকা ৷
Assamese: কেৰেয়া, ভাড়া, ভাৰা, ভেৰণ, ভেৰোণ,
Khasi: ka jingkad,
Meeteilon: awaimal,
Hindi: किराया,
Deori: কেৰেয়া, বেৰন-লাবা
Related Idea:
a. Abstract Noun: fare, ভাড়া, ভাৰা, ভেৰণ, ভেৰোণ...
2. Business-Commerce-Economics(Verb-Trans.) to provide a car or equipment against a fee ধনৰ বিনিময়ত গাড়ী বা অন্য যন্ত্ৰপাতি ব্যৱহাৰ কৰিবলৈ দিয়া