rep-yahrepatriate

repair (English) [ IPA: rɪˈper ASM: ৰিপেয়াৰ]
1. (Verbal Noun) the act of bringing back to good condition after a damage or decay ধ্বংস বা নষ্ট হোৱাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা কাৰ্য্য

2. (Verb-Trans.) to bring back to a good condition after decay or damage কোনো বস্তু পঁচা বা ভগাৰ পাছত পুণৰ ভাল অৱস্থালৈ ঘূৰাই অনা