repercussionrepetitive

repetition (English) [ IPA: ˌrepəˈtɪʃən ASM: ৰিপিটেচন]
Contributed by: ৰূপকমল on 2007-03-24
1. (Abstract Noun) The occurrence of something again and again. বাৰে-বাৰে ঘটি থকা বা হৈ থকা

Contributed by: Webmaster-II on 2017-10-06
2. (Verbal Noun) Useless repetition of same word or statement. একে শব্দ বা কথাকে দুবাৰ কোৱা কাৰ্য্য ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-15
Ref: চন্দ্ৰকান্ত অভিধান
3. (Verbal Noun) repetition of a discussion already made কোৱাকে কোৱা অৰ্থাত্ আলোচনা কৰা কথাৰ বাৰম্বাৰ আলোচনা

Contributed by: Partha P Sarmah on 2010-12-13
4. Literature(Verbal Noun) (in literature and music)the repeated use of the same word/word pattern/phrase as a rhetorical device that may emphasize something, bring comfort, suggest order, or add special meaning to a piece of literature/musical recital-oral or instrumental. Look at the following examples:(1) “Alone, alone, all all alone, Alone on a wide wide sea! (Coleridge) (2) By the twanging, And the clanging, How the danger ebbs and flows: Yet the ear distinctly tells, In the jangling, And the wrangling, How the danger sinks and swells, By the sinking or the swelling in the anger of the bells Of the bells Of the bells, bells, bells,bells, Bells, bells, bells In the clamor and the clangor of the bells! (Edgar Allen Poe: \'Bells\') সাহিত্য(কবিতা, নাটক বা গদ্যৰ), সংগীত(গান, বাদ্য বাদন)আদিত ওচৰা-ওচৰিকৈ থকা শব্দৰ অলংকাৰপূৰ্ণ বা উদ্দেশ্যপূৰ্ণভাৱে বাৰম্বাৰ ব্যৱহাৰ৷ যেনে: ভূপেন হাজৰিকাৰ বৰদৈচিলা নে সৰুদৈচিলা গানটোত গ’ল আৰু হয় শব্দ দুটাৰ ব্যৱহাৰ চাওকঃ “মূৰৰ ফুলাম গামোচা খনি ক’ৰবাৰ শেণে আহি নিলেহি টানি/ গ’ল,গ’ল,গ’ল, এ গ’ল গ’ল বুলি মাথো চিঞঁৰিলে/তাকে দেখি শেণহঁতে ৰগৰ কৰিলে, অসমীয়া এইবোৰ গমি চাবৰ ব’হাগেই বতৰ কিজানি/ বোলো হয়, হয়, হয়, হয়, এ হয়নে? বোলো হয়, হয়, হয়, হয়”৷ আকৌ তেওঁৰে ’আৰু দিচাঙৰে মিঠা, মিঠা, মিঠা ঢৌটি’৷

Contributed by: Partha P Sarmah on 2011-08-16
5. Music(Abstract Noun) the first part of a song which is often repeated throughout the song গীতৰ প্ৰথম আৰু বাৰে বাৰে পুনৰাবৃতি হোৱা কথা ভাগ৷
English: repetition,
Assamese: স্থায়ী