sabotsaboteur

sabotage (English) [ IPA: ˈsæbəˌtɑʒ ASM: চেবটেজ]
Contributed by: ৰূপকমল on 2007-01-08
1. (Abstract Noun) Deliberate damage to productive capacity, esp. as a means of political defiance উৎপাদন ক্ষমতাৰ ইচ্ছাকৃত বিনাশ, বিশেষকৈ ৰাজনৈতিক বিৰোধকল্পে

Contributed by: Partha P Sarmah on 2007-01-08
2. (Verb-Trans.) to deliberately damage, destroy or spoil roads,machines, transport, hospitals etc. to prevent an enemy or to protest about something কাৰোবাৰ আগত প্ৰতিবাদ কৰিবলৈ বা শতৰুক বাধা দিবলৈ বা তেওঁলোকৰ লোকচান কৰিবলৈ জানি বুজি বাট পথ, দলং, যাতায়ত ব্যৱস্থা, চিকিৎসালয় আদি ধ্বংস কৰা৷