salubrioussalute

salutation (English) [ IPA: ˌsæljəˈteɪʃən ASM: চেলুটেইচন]
1. (Abstract Noun) a speech or written statement, usually formal, directed to a particular group of persons কোনো ব্যক্তি সমষ্টিৰ উদ্দেশ্যে আনুষ্ঠানিকভাৱে আগবঢ়োৱা এক মৌখিক বা লিখিত বক্তব্য

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-03-17
2. (Abstract Noun) a word or phrase serving as the prefatory greeting in a letter or speech চিঠি বা কথা-বতৰাত আনক উদ্দেশ্য কৰি ওলগ জনাবলৈ ব্যৱহাৰ কৰা শব্দ