sbaihscabbard

sbama (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-06-16
1. (Common Noun) Any of numerous usually small arthropod animals of the class Insecta, having an adult stage characterized by three pairs of legs and a body segmented into head, thorax, and abdomen and usually having two pairs of wings. ইন্সেক্টা শ্ৰেণীৰ অন্তৰ্গত সৰু সন্ধিপদী প্ৰাণী, যাৰ পূৰ্ণবয়স্ক অৱস্থাত তিনি যোৰ ঠেং আৰু দুযোৰ পাখি থাকে, আৰু শৰীৰটো মূৰ, বক্ষ আৰু পেট অংশত বিভক্ত কৰিব পাৰি৷