scheduledschematic

schema (English) [ IPA: ˈskiːmə ASM: স্কিম]
Contributed by: Pramathesh Borkotoky(প্ৰমথেশ বৰকটকী) on 2008-06-25
1. (Abstract Noun) a series of steps to be carried out or goals to be accomplished; it refers to any method of thinking out acts and purposes beforehand কৰিবলগীয়া এলানি কাম বা পূৰণ কৰিবলগীয়া লক্ষ্য; কৰিবলগীয়া কাম আৰু উদ্দেশ্য সম্পৰ্কে কৰা চিন্তাৰ যিকোনো প্ৰক্ৰিয়া