securedsedan

security (English) [ IPA: sɪˈkjʊrətiː ASM: চিকিউৰিটি]
1. (Abstract Noun) Things that guards or guarantees safety aganist thefts, etc. চুৰি, ডকাইতি আদিৰ পৰা ৰক্ষা কৰা কাৰ্য্য

Contributed by: Biraj Kumar Kakati on 2006-03-17
2. (Material Noun-Neuter) Property that your creditor can claim in case you default on your obligation. ধাৰ লোৱা টকাৰ বিনিময়ত বা অইন কোনো ঋণৰ বাবদ ঋণদাতাৰ ওচৰত জমা থোৱা সম্পত্তি ।