serkeserong

serology (English)
Contributed by: Mousumi Konwar on 2022-12-10
1. (Common Noun-Common &/or Masculine) a branch of science that studies how the juices, that constantly releases from human body, prevent disease. মানুহৰ দেহৰ পৰা প্ৰতিনিয়ত কিছুমান ৰস নিৰ্গত হয়, এই ৰসবোৰে ৰোগ প্ৰতিৰোধ কেনেদৰে কৰে তাক অধ্যয়ন কৰা বিজ্ঞানৰ এক শাখা৷