sessile joyweedsessional
session (English) [ IPA: ˈseʃən ASM: চেছন]
English: conference, convention, meet, rally, session,
Assamese: অধিবেশন, অভিবৰ্তন, মহাসভা, মেজমেল, সন্মিলন, সন্মিলনী, সমাবেশ, সমাৰোহ,
Karbi: mei, mel,
Tai: কুম্ খাম্ কুম্ ছুপ্,
1. (Abstract Noun) an assembly or meeting of large number of attendees organized for a specific purpose.
কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
কোনো ৰাজনৈতিক দল, সংগঠন বা সংস্থাৰ সদস্য বা প্ৰতিনিধি সকলৰ বিশেষ উদেশ্যৰে আহ্বান কৰা সভা ।
Assamese: অধিবেশন, অভিবৰ্তন, মহাসভা, মেজমেল, সন্মিলন, সন্মিলনী, সমাবেশ, সমাৰোহ,
Karbi: mei, mel,
Tai: কুম্ খাম্ কুম্ ছুপ্,
2. (Abstract Noun) a meeting, or period for meetings, of a court, council, parliament etc
কোনো আদালত, পৰিষদ, বিধানসভা আদিৰ সভা অনুষ্ঠিত হোৱা নিৰ্দিষ্ট সময় ৷
কোনো আদালত, পৰিষদ, বিধানসভা আদিৰ সভা অনুষ্ঠিত হোৱা নিৰ্দিষ্ট সময় ৷
3. (Abstract Noun) a year of education in an academic institution