shibashiblingtho
shibirjaoba (Dimasa)
English: enchanted, spellbound,
Assamese: বশীকৃত, মন্ত্ৰমুগ্ধ, মোহান্ধ, সন্মোহিত,
Dimasa: shibirjaoba,
1. (Adjective Adj.) a condition when your attention is completely held by what you are listening, reading or watching.
কিবা শুনোতে বা চাওঁতে কাৰোবাৰ সম্পূৰ্ণ মনোযোগ তাতেই নিবদ্ধ হোৱা অৱস্হা৷
কিবা শুনোতে বা চাওঁতে কাৰোবাৰ সম্পূৰ্ণ মনোযোগ তাতেই নিবদ্ধ হোৱা অৱস্হা৷
Assamese: বশীকৃত, মন্ত্ৰমুগ্ধ, মোহান্ধ, সন্মোহিত,
Dimasa: shibirjaoba,