soolsoop

soon (English) [ IPA: ˈsuːn ASM: চুন]
1. (Adverb) within a short period after a given event. কোনো নিৰ্দ্দিষ্ট ঘটনাৰ পৰা কিছু সময়ৰ ভিতৰতে।
English: forthwith, immediately, instantly, jiffy, soon,
Assamese: অচিৰতে, অচিৰাৎ, অচিৰে, অচিৰেই, অনতিপলমে, অনতিবিলম্বে, অনন্তৰ, অবিলম্বে, আশু, এতিক্ষণে, এতিয়াই, ক্ষন্তেকতে, গপাতকে bo , চকুৰ পচাৰতে, চমিকি, জটৰাই, জান্তে, ততালিকে, তত্কালতে, তত্কালে, তদ্দণ্ডে, তাৎক্ষণিক, তিন-তিলিকতে, তিন্‌টলকতে, তিলিকতে, তুৰন্তে, তেতিক্ষণে, তেতিয়াই, তৎকালিক, তৎকালীন, তৎক্ষণাৎ, তৎমুহূৰ্ততে, থিতাতে, থিতাদহে, দপাটকৈ, নিমিষতে, পচাৰতে, পোনছাটে, পোনছাটেই, পোনদাহে, বিদ্যুৎ-সঞ্চাৰে, বেগতে, বেগেতে, ভʼউতকে bo , মাত্ৰকে, মাত্ৰেই, মুহূৰ্ততে, লগে লগে, শীঘ্ৰে, সতৰাই, সোনকালে, হাতে হাতে,
Bodo: गोख्रै, थाबै, थाबैनो, लोगो-लोगो, लोगोलोगोनो, हरखाबै,
Garo: bakan, bakbak,
Nagamese: jaldi,
Dimasa: duhaning, duning, senga,
Tai: কাই কাই,
Deori: উৱাহৰে, কতচ্চা, গিৰিপচ্চা, দেইৰে, পতকচ্চা, পাক-হৰে, পাৰচ্চা, মুকুতি দুগজুহৰে, লগে-লগেৰে

Related Idea:

a. Adverb: hastily, quickly, rapidly, speedily, swiftly...