So`ngspace

spa (English) [ IPA: ˈspɑ ASM: স্পা]
Contributed by: Partha P Sarmah on 2010-12-07
1. (Material Noun-Neuter) a place where water with minerals in it which is considered to have curative power comes out naturally from the ground and people take bath there for health treatment খনিজ জলপ্ৰস্ৰৱণ থকা স্বাস্থ্যনিৱাস; পানীৰ উঁহ যৰ পৰা শৰীৰৰ কাৰণে ভাল বুলি ভবা খনিজ পদাৰ্থ প্ৰাকৃতিক ভাবে পানীৰ লগত ওলাই আৰু মানুহে তাত গা ধোৱে৷
English: spa,
Assamese: স্পা