speciallyspecies

speciecism (English) [ IPA: [speciecism] ASM: স্পেচিয়চিজিম]
Contributed by: I Ahmed on 2007-05-04
1. (Abstract Noun) assigning different values or rights to a being based on its species. This term was coined by Dr. Richard D Ryder in 1970 and used to denote prejudice based on species of a being. কোনো জীৱৰ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি তাৰ সুকীয়া মূল্যবোধ বা অধিকাৰ আৰোপ কৰা কাৰ্য্য| ৰিচাৰ্ড ৰাইডাৰে ১৯৭০ চনত এই শব্দটো উদ্ভাৱন তথা প্ৰথম ব্যৱহাৰ কৰিছিল প্ৰজাতিভিত্তিক বৈষম্য সূচাবলৈ|