student lifestudious

studio (English) [ IPA: ˈstuːdiːoʊ ASM: ষ্টুডিঅ’]
Contributed by: Pranati Rabha on 2021-12-28
1. (Abstract Noun) an interactive practical training session or demostrations আন্তঃক্ৰিয়া সম্বলিত এক ব্যৱহাৰিক প্ৰশিক্ষণ বা প্ৰদৰ্শন

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-24
2. (Proper Noun-Neuter) a room or set of rooms specially equipped for broadcasting radio or television programs, making phonograph records, filming motion pictures, etc. আকাশবাণী-দূৰদৰ্শনৰ সম্প্ৰচাৰৰ বাবে বাণীবন্ধন কৰা বা আলোকচিত্ৰ গ্ৰহণৰ অথবা সংগীত ৰেকৰ্ডিঙৰ বাবে বিশেষভাৱে ৰখা ঠাই ৷