subowasubscriber

subscribe (English) [ IPA: səbˈskraɪb ASM: চাব’চক্ৰাইব]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-26
1. (Verb-Trans.) To authorize (someone) to receive or access electronic texts or services, especially over the Internet. ইণ্টাৰনেট মাধ্যমেৰে কোনো পাঠ, সেৱা আদি গ্ৰহণ কৰিবলৈ বা তাত প্ৰৱেশ কৰিবলৈ গ্ৰহণ কৰিব লগা পদক্ষেপ ৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-26
2. (Verb-Trans.) To sign (one's name) at the end of a document. কোনো নথিপত্ৰৰ শেষত চহী কৰা কাৰ্য্য ৷

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-26
3. (Verb-Trans.) To become regular customer of newspaper, magazine or a service কোনো আলোচনী, বাতৰি-কাকট বা কোনো সেৱাৰ নিয়মীয়া গ্ৰহক হোৱা
English: subscribe,
Assamese: গ্ৰাহক হ