swollensword

swoon (English) [ IPA: ˈswuːn ASM: চৱুন]
Contributed by: Ranjita Pegu on 2007-03-25
1. (Verb-Intran.) to lose consciousness temporarily due to a loss of blood supply to the brain মগজুত তেজৰ সৰবৰাহ বন্ধ হোৱাৰ কাৰণে অস্থায়ীভাৱে চেতনাহীন হোৱা বা সাৰ-সুৰ নোহোৱা হোৱা

Contributed by: Biraj Kumar Kakati on 2007-03-25
2. (Abstract Noun) A spontaneous loss of consciousness caused by insufficient blood to the brain. অচেতন হৈ পৰা অৱস্থা; সাধাৰণতে মগজুত তেজৰ প্ৰবাহ কম হলে হ’ব পাৰে |