thbakthe active

the (English) [ IPA: ðə ASM: ডা/ডি]
1. (Adposition-Common) definite article , Used before singular or plural nouns and noun phrases that denote particular, specified persons or things. (the book, the man) নিৰ্দিষ্টবাচক অৰ্থত, কোনো বস্তু, ব্যক্তিক নিৰ্দিষ্টভাৱে বুজাবলৈ অসমীয়াত ইয়াক প্ৰত্যয় হিচাপে ব্যৱহাৰ কৰা হয়৷ কিতাপখন, মানুহজন/টো
English: the,
Assamese: -খন, -জন, -টো, -ডাল

the (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2009-01-19
2. (Verb-Intran.) to take something away from a person with force. কাৰোবাৰ পৰা বলেৰে কোনো বস্তু লৈ ল।