thereforethermal

thereupon (English) [ IPA: ˈðerəˌpɔn ASM: দিয়াৰ আপন]
Contributed by: Partha P Sarmah on 2010-12-14
1. (Adverb) (formal use)immediately after the event/time/situation mentioned উল্লেখ কৰা সময়, ঘটনা বা কামৰ ঠিক পাছতে; যেন তাৰ বাবেই হ’ল৷ যেনেঃ “মিঠা মিঠা ব’হাগৰ গীত এটিকে ৰচোঁ বুলি ভাবিলোঁ, এনেতে চুচুক চামাক কৈ কাষ চাপিলা, মই যেন ভাষা পালোঁ”
English: thereupon,
Assamese: এনেতে