theseretheso hanthor

thesis (English) [ IPA: ˈθiːsəs ASM: থেচিচ]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-09-09
1. (Proper Noun) a treatise advancing a new point of view resulting from research; especially one written by a candidate for the doctoral degree at a university. বিশ্ববিদ্যালয়ৰ ডক্টৰেট ডিগ্ৰী বা উপাধিৰ কাৰণে গৱেষকে প্ৰস্তুত কৰি উলিওৱা গৱেষণামূলক আলোচনা গ্ৰন্থ ৷ য’ত বিষয় একোটাৰ নতুন উন্নত তথ্য থাকে ৷