thiwaThiyonam
thiyasi (Dimasa)
English: lifelong,
Assamese: আজীৱন, ওৰে জীৱন, ওৰেটো জীৱন, গোটেই জীৱন, চিৰজীৱন, জনম যুগীয়া, জনমভৰ, জীৱনজোৰা, জীৱনব্যাপী, জীৱনভৰ, যাৱজ্জীৱন,
Dimasa: hang dongdusi, thiyasi,
1. (Adjective Adj.) lasting or existing all through somebody's life; lasting a lifetime
কাৰোবাৰ সম্পূৰ্ণ জীৱন জুৰি কিবা চলা বা হোৱা৷