ugjongugly

ugliness (English) [ IPA: ˈəgliːnəs ASM: আগলিনেচ]
Contributed by: Biraj Kumar Kakati on 2009-01-24
1. (Abstract Noun) The quality of being wicked. দুষ্টৰ স্বভাৱ; সাধাৰণতে অতিপাত দুষ্টালি বুজাবলৈ ব্যৱহাৰ হয়৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-24
2. (Abstract Noun) want of beauty or elegance সৌন্দৰ্য্য বা শোভাৰ অভাৱ