urchinUrena lobata

urdu (English) [ IPA: ˈʊrduː ASM: উৰ্ডু]
Contributed by: Anjali Sonowal on 2008-08-25
1. (Proper Noun) The official language of Pakistan and also widely used in India. ভাষা বিশেষ, হিন্দী, ফাৰ্চী আৰু আৰবী ভাষাৰ সংমিশ্ৰণত হোৱা ভাষা । পাকিস্তানৰ চৰকাৰী ভাষা ।
English: urdu,
Assamese: উৰ্দু,
Bangla: উর্দু