wardwaree leeba

wardrobe (English) [ IPA: ˈwɔrˌdroʊb ASM: ৱাৰড্ৰ’ব]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-07-24
1. (Material Noun-Neuter) a tall piece of furniture that provides storage space for clothes; has a door and rails or hooks for hanging clothes. এটা ওখ ভিতৰত খলপা থকা কাঠ বা ধাতুৰ সজঁলি, ইয়াত দুৱাৰ থকাৰ লগতে ভিতৰত কাপোৰ ৰাখিব পৰা সুবিধা থাকে ৷