Zebra danioZemai

zeitgeist (English)
Contributed by: Himasri Das on 2023-09-13
1. (Abstract Noun) the defining spirit or mood of a specific period of history as reflected by the ideas and beliefs of the time. ইতিহাসৰ কোনো নিৰ্দিষ্ট সময়ৰ সংজ্ঞায়িত মনোভাৱ বা আৱেগ যিটো সেই সময়ৰ ধাৰণা আৰু বিশ্বাসৰ দ্বাৰা প্ৰতিফলিত হয়৷
English: zeitgeist,
Assamese: যুগমানস