अनजालुअनदराव

अनथाय (Bodo) [ Roman: on.thai]
Contributed by: Karishma Boro on 2023-05-31
1. (Common Noun) Lichen is a symbiotic association of a fungus (mycobiont)and a photosynthetic partner (Photobiont), which may be an algae or an cyanobacterium. Some lichens contains all the three types of organisms. বিশেষ প্ৰজাতিৰ ভেঁকুৰ আৰু শেলাইৰ সহজীৱি সংগঠন | ই নিজে এবিধ বিশিষ্ট জীৱ নহয় | কিছুমান লাইকেনক খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় | লাইকেনক কোনো এটা অঞ্চলৰ পৰিৱেশ প্ৰদুষণৰ মাপক হিচাপে গণ্য কৰা হয় |